← ফুৰি যাওক

ঘৰ

ghara

অৰ্থ

1.

মানুহ থাকিবলৈ বা বস্ত্ত ৰাখিবলৈ বাঁহ, কাঠ, ইটা, শিল আদিৰে সজা আৰু চাল-বেৰ থকা ঠাই

a house; a dwelling place

বি.

2.

একে ঘৰতে একে লগে থকা পৰিয়াল

a family

বি.

3.

খেল খেদা ঢালত গুটি বুলুওবা বা কাপোৰ আদিত বছা চাৰি-চুকীয়া শূন্য ঠাই

a square on a game-board or a cloth, etc.

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ