← ফুৰি যাওক

ঘৰ লোৱা

ghor.lo.wa

অৰ্থ

1.

পোহনীয়া বা মানুহে ঘৰত পালন কৰা (জীৱ-জন্তু)|

adapted to live in close association with human.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

কোনোবাই নতুন ঘৰত প্ৰৱেশ কৰা বা ঘৰ লোৱাৰ দিনা আয়োজন কৰা মাংগলিক আৰু/বা অভ্যৰ্থনা অনুষ্ঠান৷

a party given by somebody to celebrate his/her entry into a new house.

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ