কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গলেকাঠgalekāṭhaNoun
কুন্দ-শাল বা কুন্দা যন্ত্ৰৰ খুটি
the upright supports of a lathe
- গলৈgalaiNoun
নাবৰ আগ-টিং
the prow of a boat
- গল্ডমোহৰgalḍamoharaNoun
ছিৰলি ছিৰলি পাতেৰে এবিধ ওখ ডাঙৰ খৰালি পাত সৰা বিদেশী গছ; কৱষ্ণচূড়া
gold mohur ; Poinciana Regia
- গল্তিgaltiNoun
গঁতা।
- গল্পgalpaNoun
মনে সজা কথা বা কাহিনী
a tale; a fable
- গল্পকাৰgol.po.karCommon Noun
A person who is renowned for story writing
- গল্পলিখকgol.po.li.khokCommon Noun
A person who is renowned for story writing
- গল্পলেখকCommon Noun
A person who is renowned for story writing
- গল্লাgallāNoun
মুখেদি ওলোবা থু, বিজল আদি
saliva running from the mouth
- গল্golMaterial Noun
ডিঙিৰ যি অংশৰ দ্বাৰা শব্দ উচ্চাৰিত হয়
The part of the neck that generates sound.
- গল্পোষ্টgol.po`stMaterial Noun
ফুটবল, হকী আদি খেলত লক্ষ্য বিন্দুত উপনিত হ’বলৈ খেলপথাৰত দুয়োফালে পোতা কাঠ বা বাঁহৰ ফ্ৰেম৷
a post supporting a crossbar and, with it, forming the goal on a playing field in certain sports, as football or hockey.
- গলয়াgalaẏāNoun
নাবৰ আগ টিং বা মূৰৰ ওচৰত ৰ'ঠা-ধৰা মানুহ
rower at the prow of a boat
- গহgahaNoun
দৰ্প; অহঙ্কাৰ; যেনে-"নিদিলে সত্ৰাজিতে গহ কৰি" (কীৰ্ত্তন-ঘোষা)
- গহনgahanaNoun
দুৰ্গম হাবি বা ঠাই
a thick forest; an inaccessible place
- গহন বনgo.hon bonCommon Noun
বনৰীয়া গছ-লতাৰে ভৰা গভীৰ অৰণ্য
a thick jungle full of wild trees and underbush
- গহনাgahanāNoun
অলঙ্কাৰ
ornament
- গহনা-গাঁঠৰিgo.ho.na-ga~.tho.riMaterial Noun
(ক) ব্যক্তিগত সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে ব্যৱহাৰ কৰা সোণ, ৰূপ, মূল্যৱান পাথৰ আদিৰে তৈয়াৰী সামগ্ৰী(খ) কোনো বস্তুত যোগ কৰি তাৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব পৰা আনুষঙ্গিক বস্তু আদি
(a) articles of gold, silver, precious stones, etc., for personal adornment(b) an accessory, article, or detail used to beautify the appearance of something to which it is added
- গহনা-গাঠৰিNoun
অলঙ্কাৰ আৰু সাজ-পাৰৰ বস্ত্ত
ornaments and clothes
- গহনাপাতিgo.ho.na.pa.tiMaterial Noun
(ক) ব্যক্তিগত সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে ব্যৱহাৰ কৰা সোণ, ৰূপ, মূল্যৱান পাথৰ আদিৰে তৈয়াৰী সামগ্ৰী(খ) কোনো বস্তুত যোগ কৰি তাৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব পৰা আনুষঙ্গিক বস্তু আদি
(a) articles of gold, silver, precious stones, etc., for personal adornment(b) an accessory, article, or detail used to beautify the appearance of something to which it is added
- গহপুৰgoh.purProper Noun
A town in Sonitpur district in the Indian state of Assam.