গল্
gol
অৰ্থ
1.
ডিঙিৰ যি অংশৰ দ্বাৰা শব্দ উচ্চাৰিত হয়
The part of the neck that generates sound.
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থাপ্ৰাপ্ত হ, সাধাৰণতে তাপৰ প্ৰভাৱত
to reduce to liquid from solid state usually by heating
অকৰ্মক ধাতু
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ