← ফুৰি যাওক

গহ

gaha

অৰ্থ

1.

দৰ্প; অহঙ্কাৰ; যেনে-"নিদিলে সত্ৰাজিতে গহ কৰি" (কীৰ্ত্তন-ঘোষা)

বি.

2.

অহঙ্কাৰ; উৎসাহ; ; "মধুবন দেখি জিহ্বা কৰে লটপট। গহ নাহি কাহাৰো জনাইতে অঙ্গদত" (মা. ক. সুন্দৰাকাণ্ড); বিণ. গহীয়া।

boast; zeal

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ