কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শালকাCommon Noun
A common Indian bird of the starling family. Scientific name is Acridotheres tristis.
- শালগছsal.gosCommon Noun
অসমত পোৱা এবিধ পাতল, টান কাঠৰ গছ
A light hardwood tree endemic to Assam
- শালগ্ৰামśālagrāmaNoun
গণ্ডকী নৈত পোবা বিষ্ণুৰ বিগ্ৰহ-স্বৰূপ শিলাবিশেষ।
- শালপতিśālapatiNoun
ঘৈণীয়েকৰ বায়েকৰ গিৰিয়েক বা ভনীয়েকৰ গিৰিয়েক
the husband of a wife's sister
- শালমইনাśālamaināNoun
প্ৰায়ে ডেকা মানুহৰ মুখত ওলোবা এবিধ সৰু ফোঁহা
a kind of pimple
- শালমনśālamanaNoun
প্ৰায়ে ডেকা মানুহৰ মুখত ওলোবা এবিধ সৰু ফোঁহা
a kind of pimple
- শালামৃগxa.la.mri.goCommon Noun
কুকুৰ আৰু কুকুৰনেচীয়া বাঘৰ বংশধৰ, ভাল্পেচ আৰু আন সম্পৰ্কীয় প্ৰজাতিৰ অন্তৰ্গত এবিধ মাংসাহাৰী জন্তু, যাৰ কাণ দুখন থিয়, মুখখন জোঙা আৰু এডাল দীঘল ঘন নোমযুক্ত নেজ আছে৷
a carnivorous mammal of the genus Vulpes and related genera, related to the dogs and wolves and characteristically having upright ears, a pointed snout, and a long bushy tail.
- শালিśāliNoun
ঘৰ, কাম কৰা বা থকা ঠাই, নতুবা কোনো কাম কৰা যতন; যেনে-কমাৰ-শাল; নাও-শালি; কিঁহিয়াৰ-শাল, ইত্যাদি।
- শালি ধানxa.li dhanCommon Noun
ৰুপিত বা দ মাটিত ৰোৱা ডাঙৰ চাউলৰ এজাতি প্ৰধান ধান ৷
The principal variety of transplanted paddy used to cultivate in the low land. It is used to cultivate after the monsoon has arrived.
- শালিকাśālikāNoun
মইনা জাতিৰ এবিধ চৰাই [ইয়াৰ কেইবাবিধো; যেনে- ঘৰশালিকা (ঘৰৰ চালত বাহ লয়); ছুটিয়া- শালিকা (ক'লা বৰণৰ, হাবিত থাকে); কাঠ-শালিকা (ছুটিয়া-শালিকাৰ নিচিনা কিন্ত্ত তাতকৈ সৰু, গছৰ ধোন্দত বাহ লয়), বা-শালিকা (ঘৰ- শালিকাৰ বৰণৰ কিন্ত্ত তাতকৈ সৰু, হাবিত থাকে)
a kind of bird of the mainā family; the martin
- শালিকাঝাৰxa.li.ka.jharProper Noun
দৰং জিলাৰ এখন ঠাই৷
Name of a place in Darrang district
- শালিকীśālikīNoun
মইনা জাতিৰ এবিধ চৰাই [ইয়াৰ কেইবাবিধো; যেনে- ঘৰশালিকা (ঘৰৰ চালত বাহ লয়); ছুটিয়া- শালিকা (ক'লা বৰণৰ, হাবিত থাকে); কাঠ-শালিকা (ছুটিয়া-শালিকাৰ নিচিনা কিন্ত্ত তাতকৈ সৰু, গছৰ ধোন্দত বাহ লয়), বা-শালিকা (ঘৰ- শালিকাৰ বৰণৰ কিন্ত্ত তাতকৈ সৰু, হাবিত থাকে)
a kind of bird of the mainā family; the martin
- শালিকী-ঠুঁটীয়াśālikī-ṭhum̐ṭīẏāNoun
শালিকীৰ ঠোঁটৰ দৰে মুখ থকা এবিধ বিষাল সাপ
a kind of snake
- শালিকীহাটxa.li.ki.hatProper Noun
যোৰহাট জিলাৰ এখন ঠাই৷
Name of a place in Jorhat district
- শালিতলিNoun
শালি ধান ৰোবা বা ৰুবৰ যোগ্য মাটি; ৰোবাতী মাটি
rice-land; land suitable for śāli cultivation
- শালীনতাNoun
শালীনত্ব।
- শালীনতাহীনতাxa.li.no.ta.hi.no.taAbstract Noun
কোনো সামাজিক শিষ্টাচাৰবোধ নথকা, অশিষ্ট ব্যৱহাৰ ৷
the quality or condition of being uncivil; discourteous behavior or treatment.
- শালুৰxa.lurCommon Noun
প্ৰধানকৈ মাটিত বাস কৰা কিন্তু কণী পাৰিবৰ সময়ত পানীলৈ যোৱা এবিধ উভচৰ প্ৰাণী। ইহঁতৰ দেহ চুটি, পাচঠেং দুখন দুৰ্বল আৰু চুটি, আৰু গাৰ চালখন খহটা, শুকান আৰু খহুলা হয়।
Any of numerous anuran amphibians (esp. family Bufonidae) that are distinguished from the related frogs by being more terrestrial in habit though returning to water to lay their eggs, by having a build that is squatter and shorter with weaker and shorter hind limbs, and by having skin that is rough, dry, and warty rather than smooth and moist.
- শাল্মলxal.molCommon Noun
ৰেচমৰ দৰে মিহি কপাহ উৎপাদক বম্বাক্স প্ৰজাতিৰ এবিধ গছ
a tree of genus Bombax which produces silky soft cotton
- শাল্মলিśālmaliNoun
শিমলু গছ
the silk cotton tree