← ফুৰি যাওক

শাল্মলি

śālmali

অৰ্থ

1.

শিমলু গছ

the silk cotton tree

বি.

2.

পৱথিবীৰ সাতোটা দ্বীপৰ এটা; যেনে-"শাল্মলি দ্বীপেক আৰু আছে তাত পৰে" (অনাদিপাতন)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শাল্মলি · অসমীয়া অভিধান