← ফুৰি যাওক

শালি

śāli

অৰ্থ

1.

ঘৰ, কাম কৰা বা থকা ঠাই, নতুবা কোনো কাম কৰা যতন; যেনে-কমাৰ-শাল; নাও-শালি; কিঁহিয়াৰ-শাল, ইত্যাদি।

বি.

সমাৰ্থক শব্দ

2.

ৰুপিত বা দ মাটিত ৰোবা ডাঙৰ চাউলৰ এজাতি প্ৰধান ধান; বৰ-ধান।

the principal variety of transplated paddy

বি.

3.

শকত; লাহী নোহোবা; উত্তম; (বিপৰীত-আহু (নৰম); লাহী); যেনে-"ল'ৰা দুটাৰ ভিতৰত বা তামোল দুটাৰ ভিতৰত এইটো শালি"

stout; of superior quality

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ