← ফুৰি যাওক

শালগ্ৰাম

śālagrāma

অৰ্থ

1.

গণ্ডকী নৈত পোবা বিষ্ণুৰ বিগ্ৰহ-স্বৰূপ শিলাবিশেষ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শালগ্ৰাম · অসমীয়া অভিধান