কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কালানুক্ৰমিকka.la.nu.kro.mikAdjective Adj.
ইটোৰ পিছত সিটো ক্ৰম অনুযায়ী হোৱা বা কিবা ঘটনা আদি আচল সময়ত যিদৰে হৈছিল, তেনেদৰে একাদিক্ৰমে সজোৱা৷
(events etc.)arranged or appearing in sequence, in the order in which they happened.
- কালানুৰূপAdjective Adj.
ইটোৰ পিছত সিটো ক্ৰম অনুযায়ী হোৱা বা কিবা ঘটনা আদি আচল সময়ত যিদৰে হৈছিল, তেনেদৰে একাদিক্ৰমে সজোৱা৷
(events etc.)arranged or appearing in sequence, in the order in which they happened.
- কালান্তকkālāntakaAdjective
যি জীবন অন্ত বা শেষ কৰে; প্ৰলয় কৰা; মহাভয়ঙ্কৰ; ভীষণ
dreadful
- কালিন্দীkālindīAdjective
শোকযুক্ত; অতি এন্ধাৰ
sorrowful; very dark
- কালিহি কালিহিkālihi, kālihiAdjective
কাহিলি কাহিলি।
- কালেক্টৰিkālekṭariAdjective
মাটি-বাৰী, ৰাজহ, কৰ আদিৰ সম্পৰ্কীয়
collector ; relating to land revenue, taxes, etc.
- কালেৰিProper Adj.
কাণেৰে কমকৈ শুনা
unable to hear; unable to perceive sound
- কালোচিতka.lo`.sitProper Adj.
উপযুক্ত সময়ত হোৱা বা কৰা |
Done or happening at the appropriate or proper time.
- কালোত্তীৰ্ণka.lo`.tir.noAdjective Adj.
বহু কালৰ পৰা চলি অহা বা কৰি থকা বাবে সেই কাম, পৰম্পৰা, বিশ্বাস আদিৰ প্ৰতি থকা দীৰ্ঘসময় জোৰা শ্ৰদ্ধা বা উচ্চ ভাব৷
respected because of its long usage.
- কাল্পনিকkālpanikaAdjective
মনত ভাবি উলিওবা; মনেৰে ৰজা; মিছা
imaginary; invented; fictitious
- কাশ্মীৰীAdjective
কাশ্মীৰ দেশত উৎপন্ন বা ওপজা; কাশ্মীৰ দেশ সম্পৰ্কীয়
produced or bornjin or relating to Kashmir
- কাষায়kāṣāẏaAdjective
বেছি উজ্জ্বল নোহোবা ৰঙা ৰঙৰ
dyed of a reddish colour
- কাষি-দুবৰীkāṣi-dubarīAdjective
কাণি-দুবৰী; সামান্যভাবে মেল খাই থকা।
- কাষি-দুৱৰীka.xi-du.wo.riProper Adj.
ভিতৰৰ পৰা বাহিৰলৈ আৰু বাহিৰৰ পৰা ভিতৰলৈ ভালকৈ নেদেখাকৈ জপোৱা; অলপকৈ মেলা দুৱাৰ
Neither entirely opened nor entirely shut; partly opened door.
- কাষেদিka.xe.diVerbal Adj.
by the side of, by the edge of.
- কাষ্ঠময়Proper Adj.
কাঠেৰে নিৰ্মিত
made of wood
- কাষৰীয়াAdjective
কাষ বা দাঁতিত থকা
situated on the edge or border
- কাহালkāhālaAdjective
বৰ খঙাল
ferocious
- কাহিনীমূলকka.hi.ni.mu.lokAdjective Adj.
গল্প, কাহিনী আদিৰ ৰূপত থকা৷
description in the form of a story, novel.
- কাহিলkāhilaAdjective
দুৰ্ব্বল
weak; lean