← ফুৰি যাওক

কালান্তক

kālāntaka

অৰ্থ

1.

যি জীবন অন্ত বা শেষ কৰে; প্ৰলয় কৰা; মহাভয়ঙ্কৰ; ভীষণ

dreadful

বিণ.

2.

যম; মৱত্যু

death; the regent of death

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কালান্তক · অসমীয়া অভিধান