← ফুৰি যাওক

কাষৰীয়া

অৰ্থ

1.

কাষ বা দাঁতিত থকা

situated on the edge or border

বিণ.

2.

এফলীয়া বা আঁতৰ হোবা

aside

বিণ.

3.

বেলেগ হোবা; পৱথক কৰা; এৰি থোবা; যেনে-"সমাজে তাক কাষৰীয়া কৰি ৰাখিছে"

separated; excommunicated

বিণ.

4.

বিধুতি হোবা

to be in monthly course

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাষৰীয়া · অসমীয়া অভিধান