← ফুৰি যাওক

কালিন্দী

kālindī

অৰ্থ

1.

শোকযুক্ত; অতি এন্ধাৰ

sorrowful; very dark

বিণ.

2.

কলিন্দ পৰ্ব্বতৰপৰা ওলোবা যমুনা নৈ

the river Yamunā

বি.

3.

কৱষ্ণৰ আঠজনী প্ৰধান্য ভাৰ্য্যাৰ এজনীৰ নাম।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কালিন্দী · অসমীয়া অভিধান