কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধেলপোঙাdhelapoṅāNoun
চকু লুটি খোবা অবস্হা; আধামৰা অবস্হা
state of eyes being turned up when dying
- ধেৰ্কাdherkāNoun
ডাঙৰ পুঠি মাছ।
- ধেৱাdhe.waAbstract Noun
দেশ বা ৰাষ্ট্ৰৰ মাজত হোৱা সশস্ত্ৰ বিবাদ
an armed conflict between nations or states.
- ধৈবতdhaibataNoun
সঙ্গীতৰ স্বৰগ্ৰামৰ ষষ্ঠ স্বৰ।
- ধৈৰ্যচ্যুতিdhoir.jo.syu.tiAbstract Noun
অধৈৰ্য বা অস্থিৰ অৱস্থা ৷
The quality or condition of being impatient.
- ধৈৰ্য্যdhoir.jyoAbstract Noun
কষ্ট স্বীকাৰ কৰি কোনো কথা সম্পন্ন হোৱালৈকে প্ৰতীক্ষা কৰিব পৰাৰ সামৰ্থ্য।
the ability to wait uncomfortably for sth to happen.
- ধৈৰ্ষdhairṣaNoun
ধীৰতা; বিপদত স্হিৰ হৈ থকা গুণ
patience; endurance
- ধৈৰ্ষ্যdhairṣyaNoun
ধীৰতা; বিপদত স্হিৰ হৈ থকা গুণ
patience; endurance
- ধোঁবাdhom̐bāNoun
জুই লগা বস্ত্তৰপৰা ওলোবা ভাপ; জুইৰ ভাপৰ লগত উৰি যোবা আধা পোৰা বস্ত্তৰ অতি সূক্ষ্ম অংশ
smoke
- ধোঁবা-চাংNoun
জুই ধৰা ঘৰৰ ভিতৰত ওপৰত পতা চাং; ধোঁবা-কোঁবা বি. ধুঁবলী- কুঁবলী চোবাঁ।
- ধোঁবাখুলীয়াNoun; Adjective
অতিপাত খৰচী
extra-vagant
- ধোঁবাখোবাNoun
মলা-ধঁপাতৰ ধোঁবা হুপি খোবা যতন
a hooka; an apparatus for smoking tobacco
- ধোঁবাখোবা ধৰাNoun
ডাঙৰ লোকৰ গুড়্গুড়ী ধৰোঁতা বা ধঁপাত লগাওঁতা (বুৰঞ্জী)।
- ধোঁৱাdho’~.waMaterial Noun
জুইলগা বস্তুৰপৰা ওলোৱা বাস্প ।
a gas or vapour that smells strongly or is dangerous to breathe in.
- ধোঁৱা চাংdho’~.wa sangMaterial Noun
সাধাৰণতে পাক ঘৰত জুহালৰ ওপৰ ভাগত প্ৰয়োজনীয় বস্তু থবৰ বাবে ব্যবহ্যত চাং৷ এনেধৰণে বস্তু থলে পোক পৰুৱাৰ পৰা বচাই ৰাখিব পাৰি আৰু বস্তু সেমেকি নাযায় |
A platform made of bamboo above the oven in a traditional kitchen to keep things warm and dry.
- ধোঁৱা-নলীdho`~.wa-no.liMaterial Noun
ধোঁৱা বা তপত বায়ু ওলাই যাবলৈ লগোৱা দীঘল চুঙা৷
a structure through which smoke or steam is carried up away froma fire.
- ধোঁৱা-বৰণdho`~wa-bo.ronAbstract Noun
ক’লা আৰু বগা মিহলি হৈ হোৰা ৰং; মটীয়া বগা ৰং |
Of an achromatic colour of any lightness intermediate between the extremes of white and black; smoke like colour.
- ধোঁৱাখুলীয়াdho`~.wa.khu.li.yaCommon Noun
অতিপাত টকা-পইচা খৰচ কৰা বা অপচয় কৰা লোক
a person who spends too much money or who wastes money
- ধোঁৱাখোৱাdho`~.wa.kho`.waMaterial Noun
এডাল দীঘল নলীযুক্ত ধঁপাত খোৱা এবিধ সঁজুলি, য`ত ধোঁৱা পানীৰ মাজেদি পাৰ কৰি চেঁচা কৰা হয়।
An oriental tobacco pipe with a long flexible tube connected to a container where the smoke is cooled by passing through water.
- ধোওঁতাdho’.o’~.taCommon Noun
One who washes dishes, clothes etc.