← ফুৰি যাওক

ধোঁৱাখুলীয়া

dho`~.wa.khu.li.ya

অৰ্থ

1.

অতিপাত টকা-পইচা খৰচ কৰা বা অপচয় কৰা লোক

a person who spends too much money or who wastes money

জাতিবাচক বিশেষ্য

2.

অতিপাত টকা-পইচা খৰচ কৰা বা অপচয় কৰা

characterized by spending too much money or wasting money

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধোঁৱাখুলীয়া · অসমীয়া অভিধান