ধোঁৱা চাং
dho’~.wa sang
অৰ্থ
1.
সাধাৰণতে পাক ঘৰত জুহালৰ ওপৰ ভাগত প্ৰয়োজনীয় বস্তু থবৰ বাবে ব্যবহ্যত চাং৷ এনেধৰণে বস্তু থলে পোক পৰুৱাৰ পৰা বচাই ৰাখিব পাৰি আৰু বস্তু সেমেকি নাযায় |
A platform made of bamboo above the oven in a traditional kitchen to keep things warm and dry.
বস্তুবাচক বিশেষ্য
2.
জুহাল বা আখলৰ ওপৰত খোৱাবস্ত শুকুৱাই সাঁচিবলৈ পতা চাং
a hanging platform over fireplace to smoke food materials for longer storage
বস্তুবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ