কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লোভ-লগাlo`bh-lo.gaProper Adj.
দেখিলেই ভাল লগা বা পাবলৈ ইচ্ছা জগোৱা বস্তু ৷
that triggers temptation, greed or desire
- লোভজনকlo’bh.jo.nokProper Adj.
দেখিলেই ভাল লগা বা পাবলৈ ইচ্ছা জগোৱা বস্তু ৷
that triggers temptation, greed or desire
- লোভনীয়lo’.bho.ni.yoProper Adj.
দেখিলেই ভাল লগা বা পাবলৈ ইচ্ছা জগোৱা বস্তু ৷
that triggers temptation, greed or desire
- লোভাবিষ্টlobhābiṣṭaAdjective
লুভীয়া; যেনে-"অমৱতক পাই যেন লোভাবিষ্ট জন" (মা. ক., আদিকাণ্ড)।
- লোভাৱিষ্টlo`.bha.bis.toProper Adj.
প্ৰয়োজনতকৈ অধিক সম্পত্তি আহৰণ কৰিবলৈ বা খাদ্য খাবলৈ বিছৰা লোক।
immoderately desirous of acquiring wealth, wanting to eat more than enough.
- লোভীlo`.bhiProper Adj.
প্ৰয়োজনতকৈ অধিক সম্পত্তি আহৰণ কৰিবলৈ বা খাদ্য খাবলৈ বিছৰা লোক।
immoderately desirous of acquiring wealth, wanting to eat more than enough.
- লোমশlo`.moxProper Adj.
দীঘল চুলি বা নোমেৰে আৱৰি থকা৷ নোমযুক্ত।
having or covered with long hair.
- লোমহৰ্ষকlom.hor.xokProper Adj.
ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
able to cause fear or dread or terror
- লোলাlolāAdjective
লৰি থকা; ঢিলা; ভালকৈ খাঁজ খাই নধৰা
loose; not fitting tightly
- লোলা-সোলাlolā-solāAdjective
সোলোক-ঢোলোক; সোলোকা; ঢিলা
loose; slack
- লোলিতVerbal Adj.
In a state of fear or choke or cold with rapid shivering
- লোলুপlolupaAdjective
লুভীয়া।
- লোহাময়Adjective
লোহাৰে ভৰা
full of iron
- লোহিতlohitaAdjective
ৰঙা
red
- লোহিতাভProper Adj.
অলপ ৰঙা, আংশিক ৰঙা ৰঙেৰে বোলোৱা
somewhat red, tending to red or tinged with red
- লোৱালlo`.walProper Adj.
লোৰে নিৰ্মিত
made of iron
- লোৱালিlo`.wa.liProper Adj.
লোৰে নিৰ্মিত
made of iron
- লৌকিকlaukikaAdjective
সাংসাৰিক
worldly
- লৌকিকতা-ৰহিতlou.ki.ko.ta-ro.hitProper Adj.
কোনো ৰীতি-নীতি বা বিধি-বিধান মানি নচলা
without adherence to or insistence on rituals
- লৌবা-লপাlaubā-lapāAdjective
লৰক-ফৰক; নানা সময়ত নানা কথা কোবা; মিছা
untruthful