লৌকিক
laukika
অৰ্থ
1.
সাংসাৰিক
worldly
বিণ.
2.
লোক বা দেশত চলিত
practised or observed by people
বিণ.
3.
লোক বা মানুহ সম্পৰ্কীয়
human; popular
বিণ.
4.
লোকে কোবা, যেনে-"কৱষ্ণৰ কীৰ্ত্তন বিনা কাৰো মুখে নাহিকে লৌকিক বাণী" (কীৰ্ত্তন)
বিণ.
5.
লোকৰ ৰীতি বা আচৰণ; যেনে -"নুবুলিবা বেদ মাত্ৰ কেবল প্ৰমাণ; কিন্ত্ত লৌকিকতো আৰু দেখি বিদ্যমান" (ৰত্নাবলী)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ