← ফুৰি যাওক

লৌবা-লপা

laubā-lapā

অৰ্থ

1.

লৰক-ফৰক; নানা সময়ত নানা কথা কোবা; মিছা

untruthful

বিণ.

2.

চঞ্চল; লম্পটীয়া

fickle- minded

বিণ.

3.

লৰচৰ কথা

untruthfulness

বি.

4.

চঞ্চলতা; অস্হিৰতা

fickleness

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লৌবা-লপা · অসমীয়া অভিধান