কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অজিজ্ঞাসীajijñāsīAdjective
ভাল বেয়া একো বিচাৰ নকৰা; অবিবেচক
rash; inconsiderate
- অজিতajitaAdjective
কোনেও জয় কৰিব নোবৰা
unconquerable; invincible
- অজিতেন্দ্ৰিয়Adjective
ইন্দ্ৰিয়ক জয় বা বশ নকৰা; ইন্দ্ৰিয়-পৰায়ণ; অসংযমী; স্বেচ্ছাচাৰী
having no control over desires
- অজিনajinaNoun
কৱষ্ণসাৰৰ ছাল
hide of a goat or deer
- অজীণপাতকীo.jin.pa.to.kiProper Adj.
জীণ যাব নোৱাৰা বা আনৰ লগত মিলি যাব নোৱাৰা
not capable of being assimitated or integrated to others
- অজীৱৎProper Adj.
জীৱন অথবা জীৱৰ অনুপস্থিতি বুজোৱা
of or characterized by the absence of life or living organisms
- অজেয়ajeẏaAdjective
জিনিব নোবৰা; দুৰ্জ্জয়
invincible; unconquerable
- অজৈৱo.joi.boProper Adj.
জৈৱ পদাৰ্থ বা জৈৱ পদাৰ্থৰ পৰা তৈয়াৰী মৌল নথকা৷
Involving neither organic life nor the products of organic life
- অজৈৱিকo.joi.bikProper Adj.
জৈৱ পদাৰ্থ বা জৈৱ পদাৰ্থৰ পৰা তৈয়াৰী মৌল নথকা৷
Involving neither organic life nor the products of organic life
- অজ্গৌajgauNoun
একো নজনা লোক; জধামূৰ্খ
a very stupid man
- অজ্ঞajñaAdjective
একো নজনা; মূৰ্খ; অজ্ঞান
ignorant; without knowledge
- অজ্ঞতাবাদীog.gyo.ta.ba.diProper Adj.
ভগৱান আছেনে নাই সেই কথা মানুহৰ অজ্ঞাত বুলি বিশ্বাস কৰা ব্যক্তি।
Someone who believes that people cannot know whether God exists or not.
- অজ্ঞতামূলকAdjective
অজ্ঞানৰপৰা বা নজনাৰপৰা হোবা
due to ignorance
- অজ্ঞাত-কূলশীলAdjective
স্বভাব-চৰিত্ৰ আৰু জাত-কূল নজনা; অচিনাকি
quite unknown
- অজ্ঞাতকুলশীলo.gyat.ku.lo.xilProper Adj.
স্বভাৱ-চৰিত্ৰ আৰু জাত-কুল বা বংশ-পৰিচয় সম্পৰ্কে একো নজনা, অৰ্থাৎ একেবাৰে অচিনাকি (ব্যক্তি)।
completely unknown, whose character and family is not known (person).
- অজ্ঞাতনামাog.gyat.na.maProper Adj.
নিজৰ নাম নজনোৱা, নিলিখা বা গোপনে ৰখা (লোক)।
whose name is not known or not made public.
- অজ্ঞানকৃতo.gya.no.kri.toProper Adj.
নজনাকৈ কৰা
Done without knowing it.
- অজ্ঞানকৱতAdjective
অজ্ঞান অবস্হাত বা নেজানি কৰা; বিণ. অজ্ঞানী জ্ঞানশূন্য; মূৰ্খ; একো নজনা
done through ignorance ; ignorant; foolish
- অজ্ঞানীo.gya.niProper Adj.
যাৰ শিক্ষা অথবা জ্ঞানৰ অভাৱ।
Lacking education or knowledge.
- অজ্ঞেয়Adjective
যাক জানিব নোবাৰি; জ্ঞানৰ অতীত; যেনে-অজ্ঞেয় ব্ৰহ্ম
incomprehensible