← ফুৰি যাওক

অজিজ্ঞাসী

ajijñāsī

অৰ্থ

1.

ভাল বেয়া একো বিচাৰ নকৰা; অবিবেচক

rash; inconsiderate

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অজিজ্ঞাসী · অসমীয়া অভিধান