কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তাছtāchaNoun
খেলিবৰ নিমিত্তে নানা চিত্ৰ থকা চাৰি- চুকীয়া ডাঠ কাকত
playing cards
- তাছাCommon Noun
অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ এক উপাধি
A title of the tea community in Assam
- তাজনাtājanāNoun
নানা ৰকমৰ কঠোৰ শাস্তি
severe punishment
- তাজমহলtājamahalaNoun
আগ্ৰা নগৰৰ যমুনা নৈৰ পাৰত থকা মোগল সম্ৰাট চাজাহানৰ মাদৈ মমতাজৰ মহল বা মৈদাম ঘৰ [ই পৱথিবীৰ অন্যতম শ্ৰেষ্ঠ শিল্প-কলাৰ নিদৰ্শন।]।
- তাঞ্চাগ্যাtan.sa.gyaCommon Noun
চিটাগঙৰ এটা জনগোষ্ঠী৷ তেওঁলোকৰ ভাষা সংস্কৃতি অসমীয়াৰ কাষ চপা৷ তেওঁলোকে বিষু পালন কৰে৷
An indigenous people in southeastern Bangladesh. Their language and culture very very close to Assamese. They celebrate Biju.
- তাড়ীta.riMaterial Noun
বিভিন্ন প্ৰকাৰৰ আঙুৰৰ ভিতৰত যিকোনো এবিধৰ ৰসৰ পৰা কিণ্বন প্ৰক্ৰিয়াৰ দ্বাৰা তৈয়াৰ কৰা, ১০ ৰ পৰা ১৫ শতাংশ এলকহল যুক্ত পানীয়
beverage made of the fermented juice of any of various kinds of grapes, usually containing from 10 to 15 percent alcohol by volume.
- তাণ্ডবtāṇḍabaNoun
তণ্ডু মুনিয়ে প্ৰবৰ্ত্তন কৰা পৌৰুষশালী নৱত্যুবিশেষ।
- তাণ্ডৱtan.dobAbstract Noun
অতিমাত্ৰা শক্তি প্ৰয়োগ কৰি আমনি কৰা৷
act of extreme forceful troubling.
- তাণ্ডৱ নৃত্যAbstract Noun
শিৱৰ লগত সম্পৰ্কযুক্ত দুটি নৃত্যৰ নাম হ`ল তাণ্ডৱ আৰু লাস্য৷
A dance form related to Hindu God Shiva
- তাতtātaPronoun
সেই ঠাইত
there
- তাত্ত্বিকtāttbikaAdjective
তত্ত্ববিষয়ক
relating to the true nature or state
- তাথৈtāthaiNoun
উত্ৰাবল নাচৰ ভঙ্গী।
- তাথৈ-থৈtāthai-thaiNoun
উত্ৰাবল নাচৰ ভঙ্গী।
- তাদাত্ম্যtādātmyaNoun
তাৰে সৈতে একাত্মতা বা এক হোবা ভাব।
- তানtānaNoun
সুৰ; যাক গায়কে বহলাই নিয়ে; ৰাগ; ৰাগিণী
a tune of music
- তানপুৰাtānapurāNoun
বীণাৰ নিচিনা এবিধ বাদ্যযন্ত্ৰ; তম্বুৰা
a stringed instrument, used for droning
- তানপূৰাtānapūrāNoun
বীণাৰ নিচিনা এবিধ বাদ্যযন্ত্ৰ; তম্বুৰা
a stringed instrument, used for droning
- তান্তtāntaPronoun
তেওঁত, তেখেতত
in him
- তান্তীtāntīNoun
তাঁতী
weaver
- তান্ত্ৰিকtāntrikaNoun
তন্ত্ৰৰ মতে চলা লোক
a follower of the tantras