← ফুৰি যাওক

তাণ্ডব

tāṇḍaba

অৰ্থ

1.

তণ্ডু মুনিয়ে প্ৰবৰ্ত্তন কৰা পৌৰুষশালী নৱত্যুবিশেষ।

বি.

2.

উদ্ধত বা উদ্দাম নৱত্য; বিণ. উদণ্ড; উদ্ভণ্ডালি-যুক্ত

frantic; destructive

বি.

3.

যেনে-"ৰোম বিবৰ মহ কোটি কোটি অণ্ড তাণ্ডব কৰু সম ৰেণুং" (বৰগীত)

violent dancing

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তাণ্ডব · অসমীয়া অভিধান