← ফুৰি যাওক

তাত

tāta

অৰ্থ

1.

সেই ঠাইত

there

সৰ্ব্ব.

2.

সেই মানুহত

in that man

সৰ্ব্ব.

3.

সেই সম্পৰ্কে; যেনে-"যি বুলিছা স্বজনক কৰি শ্ৰেয়স নেদেখোঁ তাত শুনা" (ক. গী.)

regarding that

সৰ্ব্ব.

4.

সেই কথা বা কাৰ্য্য।

সৰ্ব্ব.

5.

পিতা; খুৰা; জেঠা

a father; an uncle

6.

মান্যবণ্ত লোক।

7.

বোপা; যেনে-(ঋষিয়ে) "ৰামক বোলণ্ত তাত তেজিয়ো সণ্তাপ" (শ., উত্তৰাকাণ্ড)।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ