তাঞ্চাগ্যা
tan.sa.gya
অৰ্থ
1.
চিটাগঙৰ এটা জনগোষ্ঠী৷ তেওঁলোকৰ ভাষা সংস্কৃতি অসমীয়াৰ কাষ চপা৷ তেওঁলোকে বিষু পালন কৰে৷
An indigenous people in southeastern Bangladesh. Their language and culture very very close to Assamese. They celebrate Biju.
জাতিবাচক বিশেষ্য
2.
চিটাগঙৰ এটা জনগোষ্ঠীয় ভাষা৷ শব্দ অভিধানৰ এটা ভাষা৷ অসমীয়া ভাষাৰ বহুত বেছি কাষ চপা৷
An Indo-Aryan language spoken by Tanchangya people of Bangladesh. It is closely related to Assamese.
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ