কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গবাক্ষgabākṣaNoun
পোহৰ আৰু বতাহ সোমাবলৈ বেৰত কাটি দিয়া বিন্ধা; ঘূৰণীয়া খিৰিকী
a loop-hole or round hole in a wall; a round window
- গবীgo.biCommon Noun
গাখীৰৰ কাৰণে বা হাল বোৱাৰ বাবে পোহা দুটা শিং থকা এবিধ তৃণভোজী, ঘৰচীয়া জন্তু
two horned, herbivorous domestic animal domesticated for milk, running plough etc.
- গবেষণাgabeṣaṇāNoun
গভীৰ চিন্তা; দকৈ বিচাৰি চোবা কাৰ্য্য
research; investigation
- গব্যgabyaAdjective; Noun
গৰুৰপৰা ওলোবা বস্ত্ত; যেনে-পঞ্চগব্য (এবাঁ গাথীৰ, দৈ গাথীৰ, ঘিউ, গোবৰ আৰু গৰু-মূত)
things obtained from a cow
- গবয়gabaẏaNoun
গল-বিচনী নথকা গৰুৰ নিচিনা চাৰি ঠেঙীয়া জন্ত্ত; যেনে-"শূকৰ গবয় শশা ভালুক কুঞ্জৰ" (মা. ক. অৰণ্যকাণ্ড)
an animal of the ox kind but without the dew lap
- গবৰ্Material Noun
Excrement of bovine animals like cow, goat, etc.
- গবৰ্ণমেণ্টgabarṇameṇṭaNoun
চৰকাৰ; প্ৰশাসন।
government
- গবৰ্ণৰgabarṇaraNoun
ৰাজ্যপাল
governor ; governor of a State
- গভস্তিgo.bhos.tiMaterial Noun
কোনো মানৱসৃষ্ট পোহৰৰ উত্স
a man-made source of light
- গভাইতgabhāitaNoun
চোৰ আদি দুৰ্জ্জন মানুহক কুকৰ্ম্মত গুপ্তভাবে বা ভিতৰে ভিতৰে সহায় কৰোঁতা; . বিণ. বৰ (চোৰ)।
a confederate; a bettor
- গভিয়াgabhiẏāNoun
ঘৰ-জোঁবাই; চপনীয়া জোঁবাই
a man living in the family into which he marries
- গভীৰতাgobhirotaAbstract Noun
কিমান দ তাৰ জোখ৷
measure of how deep something is.
- গভীৰতা দ গুণNoun
depth
- গভীৰত্বgo.bhi.rot.twoAbstract Noun
কিমান দ তাৰ জোখ৷
measure of how deep something is.
- গভুবাgabhubāNoun
মতা ল'ৰা (পোনেই ওপজা)
a male child
- গভুৰাgo.bhu.raCommon Noun
মানুহৰ দুই লিঙ্গৰ বিশেষকৈ শাৰীৰিকভাৱে সৱলজন ৷
An adult male human being, as distinguished from a woman.
- গভুৱাgo.bhu.waCommon Noun
ল’ৰা সন্তান (কেঁচুৱা)
a male infant
- গভৰ্ণমেণ্টgabharṇameṇṭaNoun
চৰকাৰ, প্ৰশাসন।
government
- গভৰ্ণৰgabharṇaraNoun
ৰাজ্যপাল।
governor
- গমgamaNoun
উমান; বোধ; আঁটকাল; সঁহাৰি
act of feeling or perceiving; a slight notice; conjecture formed from sound, etc.