গম
gama
অৰ্থ
1.
উমান; বোধ; আঁটকাল; সঁহাৰি
act of feeling or perceiving; a slight notice; conjecture formed from sound, etc.
বি.
2.
গতি; ধৰণ; স্বভাব; যেনে-"ঘোৰাক দেখিলে জানো যাৰ যেনে গম" (বিৰাটপৰ্ব্ব)
character; mood; disposition
বি.
3.
এবিধ গছৰ এঠা।
gum
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ