গবী
go.bi
অৰ্থ
1.
গাখীৰৰ কাৰণে বা হাল বোৱাৰ বাবে পোহা দুটা শিং থকা এবিধ তৃণভোজী, ঘৰচীয়া জন্তু
two horned, herbivorous domestic animal domesticated for milk, running plough etc.
জাতিবাচক বিশেষ্য
2.
প্ৰধানকৈ গাখীৰৰ বাবে পোহা মাইকী গৰু।
the female of cow, a two horned domestic animal domesticated primarily for milk.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ