কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কণিয়নিkaṇiẏaniNoun
বৰষুণৰ সৰু সৰু টোপা; কণিকা
small drops of rain
- কণিৰিহkaṇirihaNoun
ঘূৰণীয়া টুবুকা পাতেৰে এবিধ সৰু গছ আৰু তাৰ ঘূৰণীয়া গুটি [ইয়াৰ শিপা, গুটি, ছাল অনেক ঔষধত লাগে আৰু তাত বিহৰ গুণ আছে।]
croton seed and its plant
- কণীkaṇīNoun
ডিমা; অণ্ড
an egg
- কণী ধানko.ni dhanProper Noun
খাদ্য-শস্য বা জীৱ-জন্তুৰ খাদ্য হিছাপে খেতি কৰা ধান-সদৃশ, কিন্তু ধানতকৈ কিছু সৰু এবিধ শস্য।
members of the Echinochloa genus grown as cereal or fodder crops and considered as millets.
- কণী বেঙেনাko.ni be.nge.naCommon Noun
বেঙেনাৰ এটা প্ৰজাতি৷
Eggplant or aubergine is a species of nightshade grown for its edible fruit. It is known in South Asia, Southeast Asia and South Africa as brinjal.
- কণী- বন্ধNoun
কঁকালী-জৰী, যাৰে কটি বা কঁকাল বন্ধা হয়
girdle; belt
- কণী-গুটিko.ni-gu.tiMaterial Noun
পুৰুষ বা মতাৰ এক যুৰীয়া অঙ্গ, যি পুং জনন কোষ বা শুক্ৰ সৃষ্টি কৰে৷
A male organ, esp. one of the pair in scrotum, that produces sperm.
- কণী-ধানkaṇī-dhānaNoun
বাম খেতিত হোবা এবিধ সৰু ঘূৰণীয়া ধান
the Iitalian millet; setaria italica
- কণী-মাৰিkaṇī-māriNoun
মুকা লগোবা খৰিকা।
- কণীপোকkaṇīpokaNoun
হাতৰ বা ভৰিৰ নথৰ চুকত হোবা ঘাৰ নিচিনা এবিধ ৰোগ; নখ-চিকিয়া।
- কণীবৃন্তNoun
কণীবৃন্ত
কণীবৃন্ত
- কণীযুঁজko.ni.ju~jCommon Noun
অসমৰ ৰঙালী বিহু আৰু মাঘ বিহুৰ সময়ত দুটা কণী হাতে হাতে লৈ খুন্দা খুৱাই ভঙা এক ধৰণৰ বিশেষ খেল ৷
It is one of the most popular festivals and local games, cracking by two "eggs" during the celebration of the Assamese harvest festival, locally known as "Rongali Bihu" and "Bhogali Bihu" in Assam.
- কণুবাkaṇubāNoun
এবিধ ক'লা বৰণৰ ঠেং, ঠোঁট্ আৰু ডিঙি-দীঘল চৰাই
the crane
- কণুৱাCommon Noun
a large, stately bird and a medium-sized crane at 100-130 cm (40-52 in) long, with a 180-240 cm (71-96 in) wingspan and a weight of 4.5-6 kg (10-13.2 lbs). It is grey with a white facial streak and a bunch of black wing plumes. Adults have a red crown patch. It has a loud trumpeting call, given in flight and display. It has a dancing display, leaping with wings uplifted. It breeds in wetlands in northern parts of Europe and Asia.
- কণৌkaṇauNoun
কণ্মৌ।
- কণ্টকkaṇṭakaNoun
কাঁইট; হুল
a thorn
- কণ্টকচৰ্মী প্ৰাণীkon.tok.sor.mi pra.niCommon Noun
দেহৰ আকাৰ চেপেটা, তৰাৰ দৰে ঘূৰণীয়া নাইবা দীঘলীয়া ধৰণৰ সাগৰীয় পানীত বাস কৰা অখণ্ডিত দেহৰ প্ৰাণীৰ এক পৰ্ব।
a phylum of radially symmetrical coelomate marine animals consisting of the starfishes, sea urchins, and related forms.
- কণ্টকফলkon.tok.pholCommon Noun
এবিধ ডাঙৰ ফল৷ এটা এটা ফল ৪-৫ কেজি পযন্ত হ’ব পাৰে৷
a large, tropical, milky-juiced tree, of the mulberry family, having stiff and glossy green leaves, cultivated for its very large, edible fruit and seeds.
- কণ্টকভুকkon.tok.bhukCommon Noun
Long legged animal found in desert areas that have one hump (Arabian camel) or two humps (Bactrian camel)
- কণ্টকাশনkon.to.ka.xonCommon Noun
Long legged animal found in desert areas that have one hump (Arabian camel) or two humps (Bactrian camel)