← ফুৰি যাওক

কণ্টক

kaṇṭaka

অৰ্থ

1.

কাঁইট; হুল

a thorn

বি.

2.

মাছৰ অস্হি বা হাড়

fish-bone

বি.

3.

বৈৰী; শত্ৰু; বাধা দিওঁতা

an obstructor; an enemy

বি.

4.

ধা, বাধা দি; বাৰণ কৰ্; যেনে-"কত কণ্টকিলো মানে কিছুবে নভৈল। মোহোৰ বচন যেন তুলা উড়ি গৈল।" (মা. ক. সুন্দৰাকাণ্ড)

to oppose; to obstruct

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কণ্টক · অসমীয়া অভিধান