কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সভৰ্তৃকাxo.bhor.tri.kaProper Adj.
যি তিৰোতাৰ স্বামী জীৱিত আছে ৷
A woman having a living husband
- সমsamaAdjective
সমান; তুল্য
equal; similar
- সমকক্ষsamakakṣaAdjective
সমান শক্তি বা গুণৰ
possessing equal power or merit
- সমকালিকsamakālikaAdjective
একে কালতে থকা বা হোবা; সমসাময়িক
contemporary; contemporaneous
- সমকালীকৃতxo.mo.ka.li.kri.toVerbal Adj.
made to occur at the same time
- সমকালীনxo.mo.ka.linProper Adj.
একে সময়তে হোৱা বা থকা৷
existing, occurring, or living at the same time; belonging to the same time
- সমকেন্দ্ৰিকsamakendrikaAdjective
এটা সাধাৰণ কেন্দ্ৰ থকা
concentric
- সমকোণীxo.mo.ko`.niProper Adj.
এটা সমকোণ থকা (ত্ৰিভূজ)
having a right angle (triangle)
- সমক্ষণিকProper Adj.
একে সময়তে বিদ্যমান বা ঘটি থকা৷
existing or occurring at the same time
- সমগোত্ৰীয়xo.mo.go’.tri.yoProper Adj.
একে উৎসৰ পৰা বিবৰ্ত্তিত হোৱা হেতুকে অনুৰূপ গাঁঠনিবিশিষ্ট
having similar structure due to genetic similarity
- সমজাতীয়xo.mo.ja.ti.yoProper Adj.
এটা গোট, য’ত নেকি সকলো উপাদান বা সদস্য একেই প্ৰজাতিৰ বা একেই গুণাগুণবিশিষ্ট।
elements in a group that are all of the same or similar kind.
- সমজুবাsamajubāAdjective
সমাজত বহা বা উপস্হিত থকা
present in an assembly
- সমজুৱাxo.mo.ju.waProper Adj.
একেলগে লগ লাগি সমাজ বান্ধি থকা ৷
Living together or enjoying life in communities or in organized groups.
- সমঞ্জসsamañjasaAdjective
সঙ্গত; উচিত; যুক্তি-সিদ্ধ; যুগুত; . বি. সামঞ্জস্য।
proper; right; fit
- সমতত্বxo.mo.tot.toProper Adj.
এটা গোট, য’ত নেকি সকলো উপাদান বা সদস্য একেই প্ৰজাতিৰ বা একেই গুণাগুণবিশিষ্ট।
elements in a group that are all of the same or similar kind.
- সমতলsamatalaAdjective; Noun
সমান; ওখ-চাপৰ নথকা
plain
- সমতাযুক্তxo.mo.ta.juk.taProper Adj.
সমান বা যথোপযুক্ত পৰিমাণৰ।
being in harmonious or proper arrangement or adjustment, proportion, etc.
- সমতুলxo.mo.tulProper Adj.
সমান মূল্য বা গুণ থকা৷
a person or thing equal to another in value or measure or force or effect or significance etc.
- সমতুল্যsamatulyaAdjective
সমকক্ষ।
- সমত্বপ্ৰাপ্তxo.mo.two.prap.toProper Adj.
বিভিন্ন অংশ (যন্ত্ৰ-পাতিৰ ক্ষেত্ৰত) অথবা সদস্য লগ লাগি একে লগ হোৱা |
Create by putting components or members together.