কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভোটোঙাbhoṭoṅāAdjective
ভোটোকা।
- ভোটোঙা-ভোটোংbhoṭoṅā-bhoṭomAdjective
ডাঙৰ আৰু স্পষ্ট; ঠল্- ঠলীয়া; গোটা-গোট
large and distinct
- ভোটোহাbhoṭohāAdjective
ভোটোকা।
- ভোটোৰাbhoṭorāAdjective
ভোটোকা।
- ভোতাbho’.taProper Adj.
ধাৰ নথকা অথবা জোঙা নোহোৱা ৷
not sharp, having a board or rounded end
- ভোতোহাbho’.to’.haProper Adj.
ধাৰ নথকা অথবা জোঙা নোহোৱা ৷
not sharp, having a board or rounded end
- ভোদাbhodāAdjective
ভেবা; অজলা; নিৰ্ব্বোধ
simple; dull
- ভোবোকাৰbhobokāraAdjective
নোমাল; বৰকৈ নোম থকা; ভোবোৰা
shaggy
- ভোবোলাbhobolāAdjective
দীঘল নোম থকা; নোম ওলমি পৰা
having long hanging hair
- ভোবোৰাbhoborāAdjective
নোমাল; নোমযুক্ত (বিশেষকৈ নোম থিয় হৈ থকাত)
having thick, bushy and standing hair
- ভোমোলাbhomolāAdjective
ডাঙৰ ফুটা থকা; ফোঁপোলা
having a big hole
- ভোমোলা-ভোমোলAdjective
বহুত বহল বহল বিন্ধা থকা
having many big holes
- ভোমোৰা-ক’লীয়াbho`.mo`.ra-ko.li.yaAdjective Adj.
বৰণ আৰু উজ্জ্বলতা বিহীন; কোনো ৰশ্মি প্ৰতিফলিত নকৰি সকলো ৰশ্মি শোষণ কৰা
lacking hue and brightness; absorbing light without reflecting any of the rays composing it
- ভোলbholaAdjective
মোহিত; নিজক পাহৰা
charmed
- ভোলাbholāAdjective
সাধু; সৰল; শান্ত
simple; frank; peaceful
- ভোলাভাটৌbho`.la.bha.touProper Adj.
যি আনক সহজে বিশ্বাস কৰে, যাক সহজে বিচলিত কৰিব পাৰি৷
Too ready to believe others, One who can be tricked easily.
- ভোলোঙাbholoṅāAdjective
ডাঙৰ বা অনেক বিন্ধা থকা
having big or many holes
- ভৌগোলিকbhaugolikaAdjective
ভূগোল-সম্পৰ্কীয়
geographical
- ভৌতbhou.toProper Adj.
পদাৰ্থ বা পদাৰ্থবিজ্ঞান সম্বন্ধীয়
Of matter, material or physics
- ভৌতিকbhautikaAdjective
ভূত বা পিশাচ-সম্বন্ধীয়
regarding evil spirits