← ফুৰি যাওক

ভোমোলা

bhomolā

অৰ্থ

1.

ডাঙৰ ফুটা থকা; ফোঁপোলা

having a big hole

বিণ.

2.

ভল্ভলীয়া; পেটত কথা নথকা; eng >outspoken/eng>.

বিণ.

3.

ডাঙৰ ফুটা

a large hole

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভোমোলা · অসমীয়া অভিধান