← ফুৰি যাওক

ভৌতিক

bhautika

অৰ্থ

1.

ভূত বা পিশাচ-সম্বন্ধীয়

regarding evil spirits

বিণ.

2.

পঞ্চভূত বা মূল পদাৰ্থৰপৰা হোবা বা সেই- সম্পৰ্কীয়; যেনে-"পাঞ্চভৌতিক দেহ"

elemental; made of elements

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ