← ফুৰি যাওক

ভোল

bhola

অৰ্থ

1.

মোহিত; নিজক পাহৰা

charmed

বিণ.

2.

আসক্তি; মোহ; যেনে-"গোঁবাইলোঁ বিষয় ভোলে" (বৰগীত)

fascination; attachment

বি.

3.

সোঁত নথকা বা নিচেই কম সোঁত থকা (নৈৰ পানী)

still; having very little or no current

বিণ.

4.

সোঁত নথকা বা নিচেই কম সোঁত থকা নৈৰ পানী

still water in a river

বি.

5.

এবিধ খেতিত হোবা লতাৰ গোটা, দীঘলীয়া মঙহাল আঞ্জা খোবা ফল

the clubgourd; Suffa aegyptiaca

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ