কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সজাগতাxo.ja.go.taAbstract Noun
Informed, Having knowledge about soemthing
- সজাতxo.jatAbstract Noun
যিটো সত্য বুলি ভবা হয়৷
what one believes to be true.
- সজীৱতাxo.ji.bo.taAbstract Noun
প্ৰাণশক্তিৰে পৰিপূৰ্ণ হৈ থকা অৱস্থা
the state of being full of life or energy; being in good spirits
- সজ্জনsajjanaNoun
সাধু পুৰুষ।
- সজ্জাsajjāNoun
সাজ; পোছাক; . সজোবা কাৰ্য্য; . বিণ. সজ্জিত।
dress ; decoration
- সজ্ঞানsajñānaNoun
অবিচলিত বা অভ্ৰান্ত জ্ঞান; সম্পূৰ্ণ জ্ঞান থাকা অবস্হা; . বিণ. সজ্ঞান; ক্ৰি. বিণ. সজ্ঞানে।
sensibility; consciousness
- সঞ্চsañcaNoun
সঁচ; পোবালি; যেনে-"নখৈলা পাণ্ডবে মোৰ সঞ্চ পৱথিবীত" (নাৰীপৰ্ব্ব)।
- সঞ্চালকxon.sa.lokCommon Noun
কোনো কোম্পানী, চৰকাৰী বা বেচৰকাৰী বিভাগৰ মুৰব্বী।
one of a group of persons chosen to control or govern the affairs of a company or corporation.
- সঞ্চালকালয়xon.sa.lo.ka.loyCommon Noun
সঞ্চালকৰ কাৰ্য্যালয় ।
the board of directors of a company, a section of government department in charge of a particular activity.
- সঞ্চালনxon.sa.lonVerbal Noun
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
- সঞ্চাৰxon.sarVerbal Noun
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
- সঞ্চাৰ মাধ্যমxon.sar ma.dyomAbstract Noun
Mass communication system, esp. newspapers and brodcasting, referred collectively
- সঞ্চাৰণxon.sa.ronVerbal Noun
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
- সঞ্চাৰিকাxon.sa.ri.kaCommon Noun
a woman who engages in sexual intercourse for money
- সঞ্চয়sañcaẏaNoun
ভগন নোহোবাকৈ গোটাই ৰখা কাৰ্য্য; সাঁচি ৰখা কাৰ্য্য
the act of saving or accumulating
- সঞ্চয় কোষAbstract Noun
সামান্য ধন জমা ৰখা আৰু তাৰ ওপৰত সুদ দিয়া বেংক
a bank that accepts small deposits and pays interest on them.
- সঞ্চয় বেংকAbstract Noun
সামান্য ধন জমা ৰখা আৰু তাৰ ওপৰত সুদ দিয়া বেংক
a bank that accepts small deposits and pays interest on them.
- সঞ্চয়কCommon Noun
যি সঞ্চয় কৰে বা গোটাই থয়
a person or thing that accumulates
- সঞ্চয়ক কোষNoun
সঞ্চয়ক কোষ
সঞ্চয়ক কোষ
- সঞ্চয়নxon.so.yonAbstract Noun
ভৱিষ্যতৰ কাৰণে সাঁচি থোৱা ধন বা আন বস্তু
Money or any materialistic item stored for future use