← ফুৰি যাওক

সজ্ঞান

sajñāna

অৰ্থ

1.

অবিচলিত বা অভ্ৰান্ত জ্ঞান; সম্পূৰ্ণ জ্ঞান থাকা অবস্হা; . বিণ. সজ্ঞান; ক্ৰি. বিণ. সজ্ঞানে।

sensibility; consciousness

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সজ্ঞান · অসমীয়া অভিধান