সঞ্চাৰ
xon.sar
অৰ্থ
1.
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
কৃদন্ত বিশেষ্য
সমাৰ্থক শব্দ
2.
খোল আদি বাদ্যৰ বাজন-ৰীতিৰ এক অংশ
a part of the rhythmic beating of traditional drum (kho`l)
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ