কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভোকোন্দা-মুবাAdjective
ওফোন্দা-মুবা
fleshy faced
- ভোক্তব্যbho`k.to.byoProper Adj.
খোৱাৰ উপযুক্ত
fit to be eaten as food
- ভোগপ্ৰাপকbhogaprāpakaAdjective
ভোগ বা সুখ উৎপন্ন কৰা; যেনে-"পাছে ভোগপ্ৰাপক পুণ্য ক্ষয় ভৈলে মনুষ্য লোকত পৰে" (ক. গী.)
producing or bestowing happiness
- ভোগবাদীbhog.ba.diProper Adj.
ভোগবাদত বিশ্বাসী লোক৷
One who believes in Hedonism. Hedonism is a school of thought that argues that pleasure is the primary or most important intrinsic good. In very simple terms, a hedonist strives to maximize net pleasure (pleasure minus pain).
- ভোগবিলাসীbho`g.bi.la.xiProper Adj.
অতিশয় আৰামদায়ক বা আভিজাত্যপূৰ্ণ জীৱনৰ উপযোগী৷
Extremely comfortable or conductive to sumptuous living.
- ভোগমুঠিয়াbho`g.mu.thi.yaProper Adj.
খালে পেট ভৰা বা পেট পূৰাব পৰাকৈ ডাঙৰ
large enough to satisfy appetite when eaten
- ভোগমুঠীয়াbhogamuṭhīẏāAdjective
মুঠি ভৰা; ডাঙৰ আৰু খাবলৈ জোৰা বা খালে পেট ভৰা
stout; plump (said of a plantain)
- ভোগান্বেষীbho`.gan.ne.xiProper Adj.
অতিশয় আৰামদায়ক বা আভিজাত্যপূৰ্ণ জীৱনৰ উপযোগী৷
Extremely comfortable or conductive to sumptuous living.
- ভোগালীbhogālīAdjective
সুখ ভোগ কৰিবৰ নিমিত্তে সকলো বস্ত্ত পোবা; সকলোৰকমৰ সুখ ভোগ কৰিবলৈ পোবা (ঠাই)
abounding in pleasant and enjoyable things
- ভোগাৰ্হbho`.gar.hoProper Adj.
যাক উপভোগ কৰিব পাৰি
Something that can be enjoyed or that gives pleasant experience
- ভোগীbhogīAdjective
সুখী; সুখ ভোগ কৰা; নানা ভাল বস্ত্ত ভোগ কৰা
enjoying good things
- ভোগ্যbhogyaAdjective
ভোগৰ উপযুক্ত; খাব বা সম্ভোগ কৰিব লগীয়া
fit to be enjoyed or eaten
- ভোজনপ্ৰিয়bho`.jon.pri.yoProper Adj.
জুতি লগাই খাই ভাল পায়৷ অন্যথা নিৰ্দোষ৷
One who like to eat tasty food.
- ভোজনবিলাসীbho`.jon.bi.la.xiProper Adj.
জুতি লগাই খাই ভাল পায়৷ অন্যথা নিৰ্দোষ৷
One who like to eat tasty food.
- ভোজনীয়bhojanīẏaAdjective
ভোজন বা খাবৰ যোগ্য
fit to be eaten
- ভোজনৰতVerbal Adj.
ভোজন কৰি থকা বা খাই থকা
engaged in eating
- ভোজীbho.jiVerbal Adj.
যি খায় বা খাদ্য গ্ৰহণ কৰে
one who eats or consumes food
- ভোজ্যbhojyaNoun
খোবা বস্ত্ত
an eatable
- ভোজয়িতাbho`.jo.yi.taVerbal Adj.
যি খায় বা খাদ্য গ্ৰহণ কৰে
one who eats or consumes food
- ভোটাbhoṭāNoun
ৰাতি ডলা-ঘঁটাৰে পহু কটা মানুহে ডলাৰ ভিতৰত জলোবা শকত শলাকানিৰ বৰকৈ জলা চাকি
a sort of search light used by hunters at night