ভোটা
bhoṭā
অৰ্থ
1.
ৰাতি ডলা-ঘঁটাৰে পহু কটা মানুহে ডলাৰ ভিতৰত জলোবা শকত শলাকানিৰ বৰকৈ জলা চাকি
a sort of search light used by hunters at night
বি.
2.
বৰকৈ উজ্জ্বল হোবা; যেনে-"ভোটা তৰা"।
বিণ.
3.
বুটী; চোকা বা ধাৰ নথকা; তীক্ষ্ণ নোহোবা (অস্ত্ৰ আৰু বুদ্ধি)
not sharp; blunt
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ