← ফুৰি যাওক

ভোগী

bhogī

অৰ্থ

1.

সুখী; সুখ ভোগ কৰা; নানা ভাল বস্ত্ত ভোগ কৰা

enjoying good things

বিণ.

2.

দুখ ভোগ কৰা; যেনে -"ভুক্তভোগী"

suffering

বিণ.

3.

উপভোগ কৰা; দখল কৰা; (মাটি)

possessing

বিণ.

4.

দেবতাৰ আগত বলি দিবলৈ (আগৰ দিনত) ভালকৈ খুবাই-ধুবাই ৰখা মানুহ; >

a man kept in good condition for sacrificing before God

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ