ভোগ্য
bhogya
অৰ্থ
1.
ভোগৰ উপযুক্ত; খাব বা সম্ভোগ কৰিব লগীয়া
fit to be enjoyed or eaten
বিণ.
2.
ভোগৰ বস্ত্ত; যেনে -"এহি বুলি দ্বিজেঃ ভুঞ্জিলা পৰমঃ ভোগ্যক পত্নী সহিত" (কীৰ্ত্তন)
things to be enjoyed or eaten
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ