কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উমানে-উমানেu.ma.ne-u.ma.neAdverb
অনুমানৰ ওপৰত নিৰ্ভৰ কৰি৷
by depends upon guess.
- উমুবাumubāTransitive verb
উমনি দি।
- উমুৱাu.mu.waVerb-Trans.
to sit upon (eggs) to hatch, as a bird
- উলংগ হu.long.go hoVerb-Intran.
গাৰ সাজ পাৰ খুলি পেলা
to remove clothes and become naked
- উলংগকৰণVerbal Noun
আৱৰণশূন্য কৰা বা বলপূৰ্বক কাপোৰ খুলি দিয়া কাৰ্য্য
the act of striping someone naked.
- উলংঘা কৰ্u.long.gha karVerb-Trans.
কোনো আদেশ মানিবলৈ অমান্তি হ বা তাক মুকলিকৈ বাধা দে
Refuse to obey or resist openly
- উলংঘ্ulaṅghTransitive verb
অবজ্ঞা কৰ্; আজ্ঞা ভাঙ্; তুচ্ছ জ্ঞান কৰ্
to disobey; treat with contempt; disregard
- উলঙ্গটেAdverb
(পু. অ.) উলঙ্গ হৈ।
- উলঙ্ঘন কৰ্u.long.ghan karVerb-Trans.
কোনো আদেশ মানিবলৈ অমান্তি হ বা তাক মুকলিকৈ বাধা দে
Refuse to obey or resist openly
- উলঙ্ঘা কৰ্u.long.gha korVerb-Trans.
কথা নুশুনা, বিৰুদ্ধে কাম কৰা, মাত মতা
refuse to obey an order
- উলঙ্ঘ্ulaṅghTransitive verb
অবজ্ঞা কৰ্; আজ্ঞা ভাঙ্; তুচ্ছ জ্ঞান কৰ্
to disobey; treat with contempt; disregard
- উলটি আহ্u.lo.ti ahVerb-Intran.
আগেয়ে অৱস্থান কৰা ঠাই, স্থান বা অৱস্থালৈ পুণৰ অহা বা যোৱা
to go or come back, as to a former place, position, or state
- উলটি যাu.lo.ti jaVerb-Intran.
আগেয়ে অৱস্থান কৰা ঠাই, স্থান বা অৱস্থালৈ পুণৰ অহা বা যোৱা
to go or come back, as to a former place, position, or state
- উলটি-পালটিu.lo.ti-pa.lo.tiAdverb
এবাৰৰ পাছত এবাৰকৈ বহুবাৰ।
characterized by repeated occurances.
- উলমুলনিul.mu.lo.niVerbal Noun
মিঠা কথাৰে ভুলোৱা বা মিছা আশা দেখুৱাই বেয়া কামত প্ৰবৃত্ত কৰোৱা কাৰ্য্য।
The act of enticing a person to do something wrong.
- উলমূলাul.mu.laVerb-Trans.
তোষামোদ কৰি বা ভাল লগা কথা কৈ আকৰ্ষিত কৰ্
to attract or tempt by something flattering or desirable
- উলাহTransitive verb
অলপকৈ দাং বা তোল্; যেনে-"কাঠডাল উলাহিবকে নোবাৰিলো"
to lift or raise slightly
- উলাহ্u.lahVerb-Trans.
সাম্প্ৰতিক স্থানৰ পৰা ওপৰৰ এক স্থানলৈ উঠা ৷
To move something in the upward direction.
- উলিয়াuliẏāTransitive verb
উল্লেখ কৰ্; বাহিৰ কৰ্; বাজ কৰ্
to bring out; bring forward
- উলিয়াই দেu.li.yai deVerb-Trans.
বাহিৰলৈ উলিয়াই দে (তাপ, পোহৰ, গোন্ধ, শব্দ আদি)
to give or send out (heat, light, a smell, sound, etc.)