← ফুৰি যাওক

উলমুলনি

ul.mu.lo.ni

অৰ্থ

1.

মিঠা কথাৰে ভুলোৱা বা মিছা আশা দেখুৱাই বেয়া কামত প্ৰবৃত্ত কৰোৱা কাৰ্য্য।

The act of enticing a person to do something wrong.

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উলমুলনি · অসমীয়া অভিধান