← ফুৰি যাওক

উলিয়া

uliẏā

অৰ্থ

1.

উল্লেখ কৰ্; বাহিৰ কৰ্; বাজ কৰ্

to bring out; bring forward

সক. ধা.

2.

প্ৰকাশ কৰ্; ব্যক্ত কৰ্

to expose

সক. ধা.

3.

উপাৰ্জ্জন কৰ্

to earn

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উলিয়া · অসমীয়া অভিধান