কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডেঙুৰde.ngurMaterial Noun
জেওৰা পাৰ হ’ব নোৱাৰাকৈ ছাগলীৰ ডিঙিত পথালিকৈ আঁৰি দিয়া মাৰি
a horizontal bar suspended from the neck of a goat to prevent its straying into a fenced place
- ডেঙৰḍeṅaraNoun
ডাকুৰ।
- ডেডনিḍeḍaniNoun
ডেডোবা কাৰ্য্য।
- ডেনমাৰ্কden.markProper Noun
উত্তৰ ইউৰোপৰ এখন দেশ।
Sweden, officially the Kingdom of Sweden, is a Scandinavian country in Northern Europe. Sweden borders Norway and Finland, and is connected to Denmark by a bridge-tunnel across the Øresund.
- ডেব-দাম্ফিḍeba-dāmphiNoun
লম্ফ-জম্ফ; আস্ফালন; যেনে-"হুঙ্কাৰ কৰিলঃ সেনা ঝিঙ্কৰিলঃ ডেব-দাম্ফি আতি কৰে" (মা. ক., অযোধ্যাকাণ্ড)।
- ডেবাḍebāNoun
এটা মাছ মৰা যতন [সোঁত থকা পানীত পথালিকৈ এখন চাং পাতি তাৰ তলত এখন বান দিয়া যায়, মাছে বানত খুন্দা খাই জাঁপ মাৰি পাৰ হ'বলৈ যাওঁতে চাঙত পৰে।]
a platform raised across a stream with a fence below; being obstructed in their passage, the fish jump up and fall into the platform where they are caught
- ডেবা-দিয়াḍebā-diẏāNoun
ৰিহাৰ আগৰ আঁচু আৰু কেচৰ মাজত বৈ দিয়া ঠেক কাপোৰখিনি [কোনোবে ইয়াক "বৰপুলি" কয়।]।
- ডেবিট কাৰ্ডde.bit kardMaterial Noun
এখন প্লাষ্টিকৰ বেঙ্ক কাৰ্ড, যাৰ সহায়ত নিৰ্দিষ্ট বেঙ্ক একাউণ্টৰ গ্ৰাহকে এ টি এম ব্যৱস্থাৰ দ্বাৰা প্ৰয়োজনীয় ধন উলিয়াব পাৰে আৰু তেওঁৰ বেঙ্কৰ পৰা টকা প্ৰতক্ষ্যভাৱে ব্যয় কৰিব পাৰে ৷
a bankcard (usually plastic) that enables the holder to withdraw money by ATM system or to have the cost of purchases charged directly to the holder's bank account.
- ডেমডেউকাḍemaḍeukāNoun
চেঁচুকত হোবা এবিধ বীজলীয়া, ৰসাল আৰু বৰ চনকা ক্ষুদ্ৰ গছ; কঁৰীয়া বীজলৰ গছ [তাৰ দুই মূৰ জোঙা, বুঢ়া গুটি একোটা চেপা মাৰি ভাঙিলে মাইকী মানুহে কাণত পিন্ধা কৰিয়াৰ ৰূপ ধৰে।]
a kind of herb
- ডেমাকḍemākaNoun
কথা নুশুনা বা হুকুম নমনা গুণ বা স্বভাব
obstinacy
- ডেমাকিde.ma.kiAbstract Noun
নিজৰ ইচ্ছাৰ মতে চলা মইমত স্বভাৱৰ ৷
the quality or state of being obstinate.
- ডেস্কdeksMaterial Noun
লিখা-পঢ়া কৰিবলৈ, কম্পিউটাৰ ৰাখিবলৈ বা বিভিন্ন কাৰ্য্যলয়ত ব্যৱহাৰ কৰিবলৈ বিভিন্ন সামগ্ৰী ৰাখিব পৰা দেৰাজ থকা এখন টেবুল৷ ইয়াক কেৱল এটা ফালেহে বহিব পৰাকৈ ব্যৱহাৰ কৰা হয়৷
A desk is a furniture form and a class of table often used in a work or office setting for reading or writing on or using a computer. Desks often have one or more drawers to store office supplies and papers. Unlike a regular table, usually only one side of a desk is suitable to sit on.
- ডেঢ়িḍeṛhiNoun
কোনো সংখ্যা বা পৰিমাণ পূৰ হৈ বাঢ়ি থকা ভাগ; নিৰুপিত লেখ-জোখতকৈ বেছি হোবা ভাগ; অধিকা
surplus; excess
- ডেৰকুৰিder.ku.riAbstract Noun
একুৰি আৰু দহ; ২০ আৰু দহৰ যোগফল - ৩০ ৷
The cardinal number that is the sum of twenty and ten - 30.
- ডেৰাḍerāIntransitive verb
ডেডা; যেনে-"মৰোঁ মৰোঁ বুলি কতো পৰিয়া ডেৰাই" (মা., আদিকাণ্ড)।
- ডেৰাডুনde.ra.dunProper Noun
উত্তৰাখণ্ডৰ আটাইতকৈ ডাঙৰ চহৰ আৰু ৰাজধানী
Nestled in the mountain ranges of the Himalaya, Dehradun is one of the oldest cities of India and is recently declared as the Provisional Capital of newly created Uttaranchal (Now Uttarakhand) State
- ডেৱাde.waCommon Noun
কঁঠাল জাতিৰ এবিধ ওখ ডাঙৰ গছ [কঁঠালৰ নিচিনা ফুল থকা ঘূৰণীয়া খামুচীয়া টেঙা গুৰি ধৰে; পকিলে ৰঙা আৰু অলপ সোবাদ হয়; গছৰ ছালেৰে তামোলৰ লগত ছালি খায়৷]
a valuable tropical tree species native to India and used for fruit, furniture, timber, and feed.
- ডোঁৱাৰdo`~.warCommon Noun
নৈয়ে এৰা বন্ধ পানীৰ সুঁতি
a branch of a river flowing away from the main stream but leading to no other body of water; a blind or dead-end channel
- ডোঁৱাৰ্do`~.warProper Noun
নৈয়ে এৰি যোৱা পানী থকা সুঁতি ৷
An abandoned channel of river.
- ডোংḍomNoun
সৰু খাল বা কোৰোকা
a small hole or depression on the ground