ডেৰা
ḍerā
অৰ্থ
1.
ডেডা; যেনে-"মৰোঁ মৰোঁ বুলি কতো পৰিয়া ডেৰাই" (মা., আদিকাণ্ড)।
অক. ধা.
2.
তম্বু
a tent
বি.
3.
অস্হায়ী বা প্ৰবসুবা ঘৰ; যেনে-"জননীক ভয়েঃ লুকি দিয়া ফিৰতঃ গোবাৰী-ডেৰা সোমাই" (বৰগীত)
a temporary dwelling place
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ