ডেবা
ḍebā
অৰ্থ
1.
এটা মাছ মৰা যতন [সোঁত থকা পানীত পথালিকৈ এখন চাং পাতি তাৰ তলত এখন বান দিয়া যায়, মাছে বানত খুন্দা খাই জাঁপ মাৰি পাৰ হ'বলৈ যাওঁতে চাঙত পৰে।]
a platform raised across a stream with a fence below; being obstructed in their passage, the fish jump up and fall into the platform where they are caught
বি.
2.
বহঁত; কঁঠাল জাতিৰ এবিধ ওখ ডাঙৰ গছ [কঁঠালৰ নিচিনা ফুল থকা ঘূৰণীয়া খামুচীয়া টেঙা গুৰি ধৰে; পকিলে ৰঙা আৰু অলপ সোবাদ হয়; গছৰ ছালেৰে তামোলৰ লগত ছালি খায়।]
a kind of tree; Ficus bengalensis; Artocarpus lokoocha
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ