কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এতলাetalāNoun
জাননী; ডাঙৰ লোকলৈ দিয়া সম্বাদ
notice; information submitted; a report
- এতালিetāliNoun
সঙ্গীতৰ সমলয়-যুক্ত তাল- বিশেষ।
- এতিখিনিetikhiniNoun
ইমানবোৰ
so much; so many
- এতিয়াetiẏāAdverb
এই মুহূৰ্ত্তত; এই সময়ত
now; at present
- এতেকetekaAdjective; Noun
অতনা; ইমান; ইমানবোৰ
so much; so many
- এতেখানিetekhāniNoun
ইমানবোৰ
so much; so many
- এতেবেলিetebeliVerb; Noun
ইমান বেলি; এনে বা ইমান সময়ত
up to this time; at such time
- এথকেন-মেথকেনethakena-methakenaNoun
(খোবাত) কৰোঁ-নকৰোঁ লগবা আচৰণ।
- এথাethāNoun
এই ঠাইত
in this place
- এথেন্সe.thensProper Noun
গ্ৰীচৰ ৰাজধানী৷
Capital of Greece
- এথেল-গেঁথেলethela-gem̐thelaNoun
আনক খং দেখুবাবৰ নিমিত্তে বস্ত্ত-বেহানি যেনি তিনি থেকেচি পেলোবা; ধুম্-ধুপাল্
throwing about things violently to show anger or displeasure
- এদনীয়া স্বত্বe.do.ni.ya swo.twoAbstract Noun
কোনো পণ্যদ্ৰৱ্য উদ্ভাৱকৰ বাদে আনে যাতে উত্পাদন কৰিব নোৱাৰে তাৰ বাবে আইনগত ব্যৱস্থা
a legal system by which the inventor or discoverer of a product can preserve the right to manufacture / produce the product
- এদিনাedināNoun
আন দিন
another day
- এধানমানe.dhan.manProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- এন আই টিen ai tiAbstract Noun
National Institutes of Technology
- এন এছ জিen es jiProper Noun
সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে গঠিত এক অতি উচ্চ স্তৰীয় ভাৰতীয় কামাণ্ডো দল৷ সেনা আৰু অৰ্দ্ধ সামৰিক গোটৰ পৰা বছা বছা সৈনিকক লৈ তৈয়াৰ কৰা বাহিনী৷
National Security Guards.
- এনথ্ৰাক্সen.thraksProper Noun
গৰু আৰু ভেড়াৰ গাত হোৱা কিন্তু মানুহৰ দেহলৈও সোঁচৰিব পৰা এবিধ মাৰাত্মক ৰোগ৷
an infectious, often fatal disease of cattle, sheep, and other mammals, transmitted to humans by contaminated animal products.
- এনভেলপenabhelapaNoun
খাম; লেফাফা।
envelope
- এনলাৰ্জenalārjaNoun
(ছবি) ডাঙৰ কৰা।
enlarge
- এনাইঘৰীয়াenāigharīẏāNoun
আহোম ৰজাৰ দিনৰ এটা খেলৰ নাম
a class of people attached to the estate of the Āhom Rājā's grandmother