কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চিনেমেটিক্Proper Adj.
ছবি বা ভিডিঅ’ৰ দৃশ্যগত গুণ বা নান্দনিকতা৷
the visual qualities or aesthetics of a film or video.
- চিন্তনীয়sin.to.ni.yoProper Adj.
ভাবিব লগীয়া
A topic that one should think about, pay attention to.
- চিন্তা-উদ্ৰেককাৰীsin.ta-u.drek.ka.riVerbal Adj.
চিন্তা ওপজাব পৰা বা চিন্তা কৰিবলৈ উদগনি যোগাব পৰা
stimulating interest or thought
- চিন্তাকুলcintākulaAdjective
দুখ-লগা চিন্তাৰে মনৰ উদ্বেগ জন্মা; চিন্তাৰ দ্বাৰা দুখিত
disturbed with anxiety
- চিন্তাক্লিষ্টsin.ta.klis.toVerbal Adj.
কোনো ব্যক্তি বা বস্তুক লৈ হোৱা চিন্তা বা উৎকণ্ঠাত থকা
having an uneasy feeling arising out of worries, anxiety and concerns about something or somebody
- চিন্তাগ্ৰস্তsin.ta.gros.toVerbal Adj.
কোনো ব্যক্তি বা বস্তুক লৈ হোৱা চিন্তা বা উৎকণ্ঠাত থকা
having an uneasy feeling arising out of worries, anxiety and concerns about something or somebody
- চিন্তান্বিতcintānbitaAdjective
চিন্তিত
anxious
- চিন্তাবানcintābānaAdjective
কোনো বিষয় দকৈ গমি চোবা অভ্যাসযুক্ত
thoughful; thinking
- চিন্তামগ্নsin.ta.mog.noAdjective Adj.
কিবা চিন্তা কৰি থকা
thinking something
- চিন্তামণিcintāmaṇiNoun
যিহকে বিচৰা ষায় তাকে দিব পৰা এটা মণি; স্পৰ্শমণি
a fabulous gem said to grant its possessor anything he wants; philosopher's stone
- চিন্তাশীলcintāśīlaAdjective
কোনো বিষয় দকৈ গমি চোবা অভ্যাসযুক্ত
thoughful; thinking
- চিন্তাশূন্যsin.ta.xu.nyoVerbal Adj.
চিন্তা বা উদ্বেগ নথকা।
free from anxiety or disturbing thoughts.
- চিন্তাৱিষ্টsin.ta.wis.toVerbal Adj.
কোনো ব্যক্তি বা বস্তুক লৈ হোৱা চিন্তা বা উৎকণ্ঠাত থকা
having an uneasy feeling arising out of worries, anxiety and concerns about something or somebody
- চিন্তিতcintitaAdjective
চিন্তাকুল; চিন্তাৰ দ্বাৰা দুখিত; ভাবনাযুক্ত
harrassed with anxiety; perplexed in mind
- চিন্ত্যsin.tyoProper Adj.
কল্পনা কৰিব পৰা, ভাৱিব পৰা
possible to imagine; something that can be imagined
- চিপাcipāTransitive verb
চিপ মাৰ্; কষ্টেৰে গিল্
to swallow with difficulty
- চিপিৰাcipirāAdjective
কৱপণ
miserly
- চিপ্চিপীয়াcipcipīẏāAdjective
থিপ্থিপীয়া।
- চিলচিলাProper Adj.
ধূলি-মাকতি বা অশুদ্ধতা নথকা
devoid of dirt or impurities
- চিলচিলীয়াsil.si.li.yaProper Adj.
অতি ক্ষীণ বা লাহী আৰু পাতল, প্ৰায় স্বচ্ছ বা ইফাল-সিফাল দেখা পোৱা (কাগজ বা কাপোৰ)
very thin and light almost like see-through (paper or clothe)